তোমাৰ মৰমতে

তোমাৰ মৰমতে পুনৰাই
দেখিলো হেৰাই যোৱা সপোন
তোমাৰ চাৱনিটোৱেই উভতাই আনিলে
সেই অন্ত হয় যোৱা হাঁহি মোৰ;
তোমাৰ স্পৰ্শত জীপাল হৈ উঠিল
দেহৰ প্ৰতিটো শিহৰণ ,
তোমাৰ আঙুলিৰ ভাঁজতে দেখা পালো
মৰহি যোৱা আবেগৰ ৰামধেনু

ধূলি লেখীয়া জীৱনৰ প্ৰতি কণাই কণাই
কেৱল চাই আছো তোমাৰেই ছবি;
উশাহে উশাহে আজি
আমোদ অনুভৱ কৰিছো,
প্রতি নিশ্বাসতে মোৰ
মিশ্ৰণ হলা যে ‘জান’ তুমি।

হেঁপাহ জগালা কিদৰে মোৰ উকা বুকুত
সৰল নহয় ক’বলে এই বাক্য;
মোৰ আত্মালে জেউতি অনা তুমি নৱপ্ৰভাত,
মোৰ চৌহদত সদায় উজ্বলি থকা
তুমি সেই সন্ধিয়াৰ জোনাক।

মোৰ উষ্ণ বুকুত মূৰ থৈ
মিছিকীয়াকে হাঁহা,
তুমি যেন অন্ত হব নিবিছৰা
মধুৰ এক নিশা;
চেনেহৰে ভৰাইছা মোৰ চকুলো
চেতনাহীন কৰি তুলিছা মোক
প্ৰেমৰে বিয়পালা মোৰ তেজ
নীৰবেই সাৱটি ধৰি।

দিনেশ কুমাৰ আচাৰ্য্য
২৩.১০.২২

ভালপোৱাৰ ১১০ দিন

পাহৰিলে দিনক দিনে উমনি দিয়া

অবুঝ মৰম

উষ্ণ বুকুত থিতাপি লোৱা সীমাহীন তাপ

১১০ দিনতে অন্ত হ’ল

উঠঁৰ ভাষাৰে সজোৱা কল্পনা ৰামধেনুৰ ।

ভাৱনাৰ বাহিৰতে আছিল দুঃখ যে

উভতাই দিব তাই,

১১০ ৰাতি সাৰে থাকি

এনেকে পাহৰি মিঠা টোপনিও দিব।

হাতৰ পৰশৰে টানকে ধৰা

তাইৰ মোৰ হাত দুখন,

মোৰ আঙুলিৰে তাইৰ চুলিত লোৱা

নিস্তেজ দেহৰ অনুভূতি।

মোক দিয়া তাইৰ লাজুকীয়া স্পর্শ;

কেনেকে জনা নাছিলো

আটায়েই আছিল ১১০ দিনৰ কেইটামান মুহূর্ত।

সন্দেহহীন মই

সুখীতো নিশ্চয়েই আছে তাই,

কোনেনো পাৰে ইমান ভাৱি এৰিব নহ’লে?

তাইৰ চিন্তাত

পোৱাই নাছিল ছাগে দেখা মোৰ

সচাঁ ভালপোৱা;

নহ’লে নাছিলতো মোৰ কোনোয়েই

প্রতাৰণা।

হয় মানিছো মোৰ ক্রোধটোয়েই

দিছিল তাইক যন্ত্রনা।

“হ’ব দিয়া তুমিইয়েই কৰিবা মোক

আজীৱন শাসন,

তোমাৰ তলতে নস্তক হ’ব মোৰ সিৰ

নাই নকৰো আৰু একো জেদ

কৰা তুমি যি কৰা

লাগিলে লই লোৱা মোৰ উপৰত

চন্ডীৰুপ ধাৰণ;

কিন্তু কৰি দিয়ানা মাথোন

এবাৰ ক্ষমা

নাজাবানা এনেকে গুছি এৰি মোক

বুজানা জান”

এইষাৰ কবলইও তাই নিদিলে

ধৰ্য্যও নহ’ল তাইৰ মোক

অন্তিম বাৰলই শুনিবলয়েও;

নগ’ল ইচ্ছা জীয়াইও আছো নে

সেয়াও জানিবলেও।

– দিনেশ কুমাৰ আচার্য্য

– ৭.৭.২০২২.

তোমার কথা

তোমার কথা শুনবো বলে
কাণ পেতে রই,
নীরবে গভীরে ক্লান্তিহীন রাতে
ছন্দ খুঁজে ভাষা আমার হৃদয়। ❤️

মনের কথা বলবে বলে প্রিয়তমা
শুয়ে ভাবছি বিছানায় একা আমি,
দুচোখের ভাষা ঠোঁটে কেন ফুটাউনা
তাকিয়ে আমার দিকে ভাবছো ঐপাশে
কি তুমি?❤️

অভিপ্রায় তোমার ধরা পড়ছে
তোমার উষ্ণ শ্বাসে,
নিবীরে থাকা তোমার ঐ সাধ
ঢেউ আনছে দেখো আমারো নিশ্বাসে।❤️

পারবনা আর থাকতে দূরে
না করোনা তোমার এই অনুরাগে,
নিকটে চলো আসি এইবার আমরা অনেক
গোলাপের পাপড়িতে শুই
মাতাল আবেগে।❤️

  • দিনেশ কুমার আচার্য্য
    ৫.৬, ৯.৬.২২

বৃষ্টি থামাও

থেমে যাওয়া বৃষ্টির রূপ
আজ দেখছিনা অনেক দিন
জল যে হতে পারে কালরূপ
এটা অজ্ঞাত ছিল;
ভেজা ভেজা মাটিতাকেই দেখে
মন খারাপে ভাবছি সারাদিন

খুশি দেওয়া বৃষ্টিও যে
কখনো হতে পারে প্রলয়
আকাশে থাকা বিনোদিনী মেঘো যে
উচ্ছেদ করতে পারে আপনজনের আমোদ;
ধারণাও ছিলনা আমার সে যে
উজারো করতে পারে অনেক ঘর।

উদাস হয়ে অশ্রু ফেলছি
তবুও নেই কোনো উপায়
ধুলিসাৎ হয়েই চলছে এই ভূবন;
নিরন্তন এই বর্ষা
বোঝেনা যে কারো ক্রন্দনের ভাষা
বিকরাল আরো হচ্ছে তার গঠন।

ডুবিয়ে দিলো ফল ফুলের খেত
প্রাণ হারালো কত জীব অসময়ে
বিপরীত মুখে দেখা যায় শুধু
দুখীয়ার ললাটে হাত;
বৃষ্টি যাও তুমি এখন অচিন দেশে
এখানে করেছো যে তুমি বাজিমাত।

  • দিনেশ কুমার আচার্য্য
    ১৯.৫.২২.

खालीपन

फिर से रोना आ रहा है
दर्द ए दिल बार बार
उभर रहा है ;
आसूँ यह ना रुके
ना रोका जाए
प्यार का खालीपन
मेहसूस फिर से हो रहा है !
फिर से रोना
आ रहा है ।

बारिश के बूंदों से
छिपालु यह आसूँ ,
तेज हवाए छूना पाए
मेरे जख्म को ;
पूरे कायनाथ में हूं अकेला
पुकारू भी तो ना सुने वह
आसूँओ को पोछे आके
यह बात तो रहने ही दो ।

ना सिद्दत हे उसको मुझे दुबारा पाने की
ना बिछड़ने का भी है
रेत जितना गम ;
कलाइयों में चूरी अब वह
पहनेगी किसी और नाम की ,
पहनभी लेगी किसी और के
हाथों से वह सिंदूर !
जिद तोड़के फिरभी
ना आयेगी दुबारा पास मेरे
लेख ही जो ना लिखा रबने
उसे किस्मत में मेरे ।

  • दिनेश कुमार आचार्य
    10.4.22

অস্থির জোয়ার

এই মায়াবী রাত
দিশেহারা সময়..
আকলে রাখা ভালোবাসা
আর তোমার মাতাল করা শিহরণ…
হারাতে চাই তোমার সাথে
এই মুহুর্তেই..
তোমার হাতে হাত রেখে
বহুদূর এগিয়ে…
ভালোবাসা নিয়ে প্রেমেরে ডানায়
হিয়াতে জ্বলছে আগুন..
নিবিড় হয়ে আর রয়ছেনা
অস্থির জোয়ার বইছে…
উন্মনা হয়ে আবেগ
হৃদয়ঙ্গমো হচ্ছে।

  • দিনেশ কুমার আচার্য্য
    ৯.৪.২২.

ভালপোৱাৰ তিৰস্কাৰ

ভালপাব বিচাৰিছিলো

ভালপাব বিচাৰিছিলো কিন্তু হতাশ হ’লো বেদনাৰ কাৰাগাৰত নিজকে বন্ধী কৰিলো; চকুপানী বুটলি বুটলি ফুলৰ মালা গাঠিলোঁ মায়াৰসৰ গুন্ধত বসিভূত হ’লো ।ভালপাব বিচাৰিছিলো কিন্তু হতাশ হ’লো ।।

ষড়যন্ত্ৰৰ চক্ৰ এই ভালপোৱা কিমনক ফছালে কিমানক খালে তাৰ উত্তৰ বিচাৰিলেও নোপোৱা; অন্ধকাৰ জীৱনৰ চাকি নহয় ই এক কলংকিত জ্বালামুখী; অন্তৰৰ ভিতৰৰ হৰ্ষ নহয় ই বেজাৰ নিবেদন কৰা কুটুম ।দেৱদুতৰ দৰে ভালপোৱাও প্ৰচলিত এক মিথ্যা কথা ।।

– দিনেশ কুমাৰ আচার্য্য

১৩.৭.২১.

আমার মাটি

https://youtu.be/M-wMHZjiwsY
Hello friends, presenting to you my new Bengali poem আমার মাটি (A Tribute to Motherland) 🌍. Listen and Watch to the full video of this poem on my YouTube Channel. Click on the link. Recitation by Sarbani Das Chowdhury Please share your love with your Likes and Comments. And Subscribe the channel for more updates. 😊😊
Stay Safe…Stay Positive 🥰
♥️from Dinesh Kr. Acharya
Enjoy Life…Value Life…