মৰমৰ মৰমী ঐ
অ’ মোৰ জানৈ…
মই হেৰাইছো তোমাৰ মাজতে
তোমাৰ মাজতে,
সপোণৰ সাগৰতে;
সাৱতি ধৰানা মোক আৰু জোৰকে
তোমাৰ বুকুতে,
যৌৱনৰ ৰাগতে।

ভাৱিবলৈ নাই মই কোনে কি কৈছে
কোনে হাঁহিছে,
কোনে নিন্দাইছে;
হাতত ধৰি যাম মই তোমাৰ বহু দূৰ
যদিও কোনোবাই জোকাইছে,
কোনোবাই চিঞৰিছে।

বাপেৰ-মা লে তোমাৰ নাই
মোৰ আৰু একো ভয়;
কমাইছো টকা চলাইছো বুলেট
তেওঁলোকো দেখিছে বাটতে ৰয়।

চিনাকি তুমি
হ’বলৈ নাই অভিমানি;
মন পাখি তুমি
দিবলৈ নাই চকু পানী।

মৰমৰ মৰমী ঐ
অ’ মোৰ জানৈ;
এয়াই কথা মোৰ
লিখিছো কবিতাত
লিখিছো তোমালৈ।

মই হেৰাইছো তোমাৰ মাজতে
তোমাৰ মাজতে,
সপোণৰ সাগৰতে;
সাৱতি ধৰানা মোক আৰু জোৰকে
তোমাৰ বুকুতে,
যৌৱনৰ ৰাগতে।

-দিনেশ কুমাৰ আচাৰ্য্য
১৯.০৪.২০১৭.images (16)

Advertisements

2 thoughts on “মৰমৰ মৰমী ঐ (২)

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s